ছদ্মনাম প্ৰকৃত নাম
ভট্টদেৱ বৈকুণ্ঠনাথ (ভাগৱত)ভট্টাচাৰ্য
এ নেটিভ আনন্দৰাম ঢেকিয়াল ফুকন
সোণাৰ চাঁদ/ স্বৰ্ণ বৰুৱা হেমচন্দ্ৰ বৰুৱা
কৃপাবৰ বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা
অষ্টবক্র কমলাকান্ত ভট্টাচাৰ্য
ভৱানন্দ পাঠক ড° বাণীকান্ত কাকতি
ভোলাই শৰ্মা ৰজনীকান্ত বৰদলৈ
নতুন কৃপাবৰ ৰত্নকান্ত বৰকাকতী
কেৰপাই শৰ্মা বিনন্দ চন্দ্ৰ বৰুৱা
ভানুনন্দন ড° সূৰ্যকুমাৰ ভূঞা
নিৰ্মলা দেৱী তীৰ্থনাথ শৰ্মা
বিহগুটি বৰা বেণুধৰ শৰ্মা
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বিষ্ণুপ্ৰসাদ ৰাভা
ৰাস্না বৰুৱা/বীণা বৰুৱা ড° বিৰিঞ্চি কুমাৰ বৰুৱা
মেমেৰা মেধি/কথা চহকী
ভলভলীয়া যোগেন্দ্রনাথ বৰকাকতী
সীমা দত্ত/এখুদ ককাইদেউ নৱকান্ত বৰুৱা
হয়বৰ অভয়পুৰীয়া পাৰ্বতী প্ৰসাদ বৰুৱা
দ্বীপান্দ্বিতা চৌধুৰী ড° ললিত মোহন চৌধুৰী
সঞ্জয় ড° ভবেন্দ্ৰনাথ শইকীয়া
আত্মানন্দ দণ্ডিনাথ কাকতি
বেদনা বৰুৱা অমূল্য বৰুৱা
মামণি ৰয়ছম গোস্বামী ইন্দিৰা গোস্বামী
পশুপতি ভৰদ্বাজ উমাকান্ত শৰ্মা
কাঞ্চন বৰুৱা ভুৱন মোহন বৰুৱা
নীলকুমুদ বৰুৱা ইন্দিবৰ বৰুৱা
নিৰঞ্জন ফুকন ড° হীৰেন গোহাঁই
সৌবীৰ ভট্টাচাৰ্য ড° কৃষ্ণ কুমাৰ মিশ্ৰ
কুমাৰ কিশোৰ কিশোৰী মোহন শৰ্মা
নীলা বাইদেউ ড° নিৰ্মলপ্ৰভা বৰদলৈ
চাৰু দত্ত দীনেশ চন্দ্ৰ গোস্বামী
এণ্ডি খুড়া ড° নগেন শইকীয়া
গণপতি/মধুকৰ গৌৰীকান্ত তালুকদাৰ
অপগন্দ মকৰন্দ অম্বিকা প্ৰসাদ গোস্বামী
কুমাৰ মধুসূদন মহেন্দ্ৰ নাথ গোস্বামী
ষড়ানন ৰাধিকা মোহন গোস্বামী
বাপচন্দ্ৰ ভাগৱতী শৰৎ চন্দ্ৰ গোস্বামী
ৰামদাস গোস্বামী ৰত্নেশ্বৰ মহন্ত
দেশ দেবেশ্বৰ শৰ্মা
নীলিম কুমাৰ হেমেন কুমাৰ শৰ্মা*
যশপতি শৰ্মা কীৰ্তিনাথ শৰ্মা বৰদলৈ
অঘৰী প্ৰমোদ কুমাৰ বৰদলৈ
অনিৰুদ্ধ কটকী মুনীন বৰকটকী
শান্তনু তামুলী/ মৌচাক মামা প্ৰমোদ তামুলী
আবিৰ ব্ৰজেন বৰপূজাৰী
জগবন্ধু ভট্টাচাৰ্য দুলাল বৰঠাকুৰ
খনিকৰ প্ৰবীণ ফুকন
মনাই বৈৰাগী মহেন্দ্ৰনাথ ডেকা ফুকন
চিত্রা বৰুৱা শিৱপ্ৰসাদ বৰুৱা
মনুষ্যত্ব বৰুৱা হৰেন্দ্ৰনাথ বৰুৱা
(আগলৈ)
0 Comments