আত্মজীৱনী ৰচক
মোৰ জীৱন সোঁৱৰণ লক্ষ্মীনাথ বেজবৰুৱা
মোৰ সোঁৱৰণি পদ্মনাথ গোহাঞি বৰুৱা
মোৰ কথা জ্ঞানদাভিৰাম বৰুৱা
জীৱন বীণাৰ সুৰ পদ্মধৰ চলিহা
মোৰ জীৱন দাপোন বেণুধৰ ৰাজখোৱা
মোৰ জীৱনৰ ধুমুহা এছাটি অম্বিকাগিৰী ৰায়চৌধুৰী
মোৰ জীৱনৰ নহ'লবোৰ চৈয়দ আব্দুল মালিক
অতীতৰ কথা ত্ৰৈলোক্যনাথ গোস্বামী
কাৰাগাৰৰ চিঠি মহম্মদ তৈয়বুল্লা
জীৱনৰ স্মৃতি অমিয় কুমাৰ দাস
অতীত মধুৰী ডিম্বেশ্বৰ নেওগ
মোৰ জীৱনৰ কিছু কথা নজৰ আলি
এৰি অহা দিনবোৰ নলিনীবালা দেৱী
তিনিকুৰি দহ বছৰৰ স্মৃতি ৰাজবালা দাস
মই আৰু নেফা ইন্দিৰা মিৰি
হেৰাই যোৱা দিনবোৰ দেৱেশ্বৰ শৰ্মা
কাৰাৰুদ্ধ জীৱনৰ
বাকৰুদ্ধ কাহিনী হিৰণ্য কুমাৰ ভট্টাচাৰ্য
সোণালী স্মৃতিৰ সুবাস জগন্নাথ চক্ৰৱৰ্তী
জীৱনৰ দীঘ আৰু বাণি মহেশ্বৰ নেওগ
আত্মানুসন্ধান হোমেন বৰগোহাঞি
বতাহত ক'ৰ গধূলি
গোপাল (*) হীৰেন গোহাঁই
পাখি লগা দিন মহিম বৰা
পাতি সোণাৰুৰ ফুল নীলমণি ফুকন
উপলা নদীৰ দৰে মহেন্দ্ৰ বৰা
জীৱন জীৱন বৰ অনুপম নিৰ্মলপ্ৰভা বৰদলৈ
(আগলৈ)
0 Comments