Header Ads Widget

Ticker

6/recent/ticker-posts

অসমীয়া ভাষা সম্পৰ্কীয় কেইখনমান গ্ৰন্থৰ নাম

 ১/ অসমীয়া ভাষাৰ মৌলিক বিচাৰ (১৯১২)

:- দেবানন্দ ভৰালী

২/ অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী (১৯১২)

:- দেৱেন্দ্ৰনাথ বেজবৰুৱা

৩/ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (১৯৩৬)

:- কালিৰাম মেধি

৪/ অসমীয়া ভাষা (১৯৪৮)

:- বিৰিঞ্চি কুমাৰ বৰুৱা

৫/ অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৫৭)

:- বিৰিঞ্চি কুমাৰ বৰুৱা

৬/ ভাষা আৰু সাহিত্য (১৯৫০)

:- উপেন্দ্ৰনাথ গোস্বামী

৭/ ভাষাবিজ্ঞান (১৯৬৪)

:- উপেন্দ্ৰনাথ গোস্বামী

৮/ অসমীয়া ভাষাৰ ৰূপকথা (১৯৭৪)

:- উপেন্দ্ৰনাথ গোস্বামী

৯/ ভাষা,সমাজ,সাহিত্য (১৯৭৮)

:- উপেন্দ্ৰনাথ গোস্বামী

১০/ অসমীয়া ভাষাৰ ব্যাকৰণ

:- উপেন্দ্ৰনাথ গোস্বামী

১১/ প্ৰত্ন অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ(১৯৮৫)

:- উপেন্দ্ৰনাথ গোস্বামী

১২/ অসমীয়া ভাষা আৰু উপভাষা (১৯৮৬)

:- উপেন্দ্ৰনাথ গোস্বামী

১৩/ অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ ***

:- উপেন্দ্ৰনাথ গোস্বামী

১৪/ অসমীয়া ভাষা পৰিচয় (১৯৬২)

:- দুৰ্গাধৰ দেৱশৰ্মা

১৫/ ধ্বনি বিজ্ঞানৰ ভূমিকা (১৯৬৬)

:- গোলোক চন্দ্ৰ গোস্বামী

১৬/ অসমীয়া বৰ্ণপ্ৰকাশ (১৯৬৯)

:- গোলোক চন্দ্ৰ গোস্বামী

১৭/ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ (১৯৮৭)

:- গোলোক চন্দ্ৰ গোস্বামী

১৮/ অসম চিন্তা (১৯৮৭)

:- গোলোক চন্দ্ৰ গোস্বামী

১৯/ ভাষাবিজ্ঞানৰ ভূমিকা (১৯৮০)

:- ৰমেশ পাঠক

২০/ অসমীয়া ভাষাৰ ইতিহাস (১৯৮৫)

:- ৰমেশ পাঠক

২১/ ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান (১৯৮৮)

:- ৰমেশ পাঠক

২২/ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অসমীয়া ভাষাৰ গুৰুত্ব 

:- ৰমেশ পাঠক

২৩/ পুৰণি অসমীয়া ভাষাৰ ৰূপতত্ত্ব (২০০৫)

:- ৰমেশ পাঠক

২৪/ অসমীয়া ভাষা সম্পৰ্কীয় বিতৰ্কিত মত***

:- ৰমেশ পাঠক

২৫/ অসমীয়া ভাষা সাহিত্য চর্চাকাৰীসকলৰ হাতপুথি (২০১৪)

:- ৰমেশ পাঠক

২৬/ ভাষা আৰু ভাষা শিক্ষাৰ স্বৰূপ (১৯৮০)

:- ফনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা

২৭/ আধুনিক ভাষাবিজ্ঞানৰ পৰিচয় (১৯৯০)

:- ফনীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা

২৮/ প্ৰয়োগ ভাষাবিজ্ঞানৰ ৰূপৰেখা (২০০৬)

:- ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা

২৯/ পৃথিৱীৰ বিভিন্ন ভাষা (১৯৮৩)

:- নগেন ঠাকুৰ

৩০/ ভাষাৰ্থ বিজ্ঞান (১৯৮৬)

:- ভগৱান মৰল

৩১/ অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰমবিকাশ (১৯৮৮)

:- বিশ্বেশ্বৰ হাজৰিকা

৩২/ অসমীয়া ভাষাৰ মূল 

:- কালিৰাম মেধি *

৩৩/ ভাৰতীয় ভাষাৰ পৰিচয় (১৯৮৯)

:- নগেন ঠাকুৰ

৩৪/ ভাষা আৰু ভাষা চিন্তা (২০০৩)

:- নগেন ঠাকুৰ

৩৫/ অসমৰ ভাষা (১৯৯০)

:- ভীমকান্ত বৰুৱা

৩৬/ অসমীয়া ভাষা (১৯৯৭)

:- ভীমকান্ত বৰুৱা

৩৭/ ভাষাৰ ইতিবৃত্ত (২০০২)

:- ভীমকান্ত বৰুৱা

৩৮/ উপভাষা বিজ্ঞান (১৯৯১)

:- দীপঙ্কৰ মৰল

৩৯/ ব্যৱহাৰিক ধ্বনিবিজ্ঞান (২০০৭)

:- দীপঙ্কৰ মৰল

৪০/ উপভাষা বিজ্ঞানৰ ভূমিকা
:- দীপঙ্কৰ মৰল

৪১/ ভাষাতত্ত্ব (১৯৯১)

:- দীপ্তি ফুকন পাটগিৰি

৪২/ মধ্যযুগৰ অসমীয়া ভাষাৰ অধ্যয়ন: এটি পৰিচয়*

:- দীপ্তি ফুকন পাটগিৰি

৪৩/ আধুনিক অসমীয়া গদ্য (২০০৩)

:- দীপ্তি ফুকন পাটগিৰি

৪৪/ অসমীয়া ভাষাৰ উপভাষা (২০০৭)

:- দীপ্তি ফুকন পাটগিৰি (সম্পা.)

৪৫/ ভাষা সাহিত্যৰ সুবাস (১৯৯২)

:- লীলাৱতী শইকীয়া বৰা

৪৬/ মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষা (১৯৯৩)

:- লীলাৱতী শইকীয়া বৰা

৪৭/ অসমীয়া ভাষাৰ ৰূপতত্ত্ব

:- লীলাৱতী শইকীয়া বৰা

৪৮/ ভাষা বিজ্ঞানৰ পৰিচয় (১৯৯২)

:- বিপুল কুমাৰ মহন্ত

৪৯/ ভাষাবিজ্ঞান প্ৰৱেশ (১৯৯৩)

:- বসন্ত কুমাৰ ভট্টাচাৰ্য

৫০/ অসমীয়া ভাষাৰ প্ৰায়োগিক দিশ : ভাষাতাত্ত্বিক অধ্যয়ন (১৯৯৫)

:- চিত্ৰৰঞ্জন চৌধুৰী (সম্পা.)

৫১/ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি সঞ্চয়ন (১৯৯৬)

:- শৈলেন ভৰালী (সম্পা.)

৫২/ ভাষা সাহিত্য অধ্যয়ন (১৯৯৫)

:- অপৰ্ণা কোঁৱৰ

৫৩/ ভাষাবিজ্ঞান উপক্রমণিকা (২০০২)

:- অপৰ্ণা কোঁৱৰ

৫৪/ ভাষা সাহিত্যৰ বিবিধ চিন্তা (১৯৯৭)

:- অপৰ্ণা কোঁৱৰ

৫৫/ আধুনিক ভাষা বিজ্ঞান (১৯৯৮)

:- ভগৱান মৰল

৫৬/ অসমীয়া ভাষাৰ ৰূপতত্ত্ব আৰু ব্যাকৰণ (১৯৯৯)

:- নাৰায়ণ শৰ্মা

৫৭/ প্ৰসংগ: অসমীয়া ভাষা আৰু সাহিত্য (২০০১)

:- বিভা ভৰালী

৫৮/ ভাষা আৰু সমাজ (২০০২)

:- সপোন দুৱৰা

৫৯/ ভাষা, অৰ্থ আৰু প্ৰসংগ (২০০৩)

:- সপোন দুৱৰা

৬০/ ভাষা আৰু শৈলী (২০০৪)

:- সপোন দুৱৰা

৬১/ ভাষা জিজ্ঞাসা (২০০২)

:- লীলাৱতী শইকীয়া বৰা আৰু দীপ্তি ফুকন পাটগিৰি

৬২/ অসমীয়া ভাষাৰ অধ্যয়ন (১৯৯৭)

:- প্ৰফুল্ল কুমাৰ নাথ আৰু জ্যোতিৰেখা হাজৰিকা

৬৩/ অসমৰ ভাষা পৰিচয় (২০০৫)

:- প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আৰু নাহেন্দ্ৰ পাদুন

৬৪/ ভাষাবিজ্ঞান পৰিভাষিক কোষ (২০০৮)

:- অপৰ্ণা কোঁৱৰ, অনুৰাধা শৰ্মা

৬৫/ শৈলী আৰু শৈলীবিজ্ঞান (২০১০)

:- অনুৰাধা শৰ্মা

৬৬/ লুপ্তপ্ৰায় কামৰূপী শব্দ: উৎস আৰু প্ৰয়োগ (২০০২)

:- মুকুল চক্ৰৱৰ্তী

৬৭/ উদ্ভৱকালীন অসমীয়া ভাষা (২০০৩)

:- সুবাসনা মহন্ত চৌধুৰী

৬৮/ কামৰূপী উপভাষা: এটি অধ্যয়ন (২০০৪)

:- বিভা ভৰালী

৬৯/ অসমৰ ভাষা পৰিচয় (২০০৫)

:- প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

৭০/ ভাষাবিজ্ঞান আৰু ভাষাবিজ্ঞান পৰিচিতি (২০০৫)

:- লক্ষ্মী হাজৰিকা

৭১/ ভাষাবিজ্ঞানৰ জিলিঙনি (২০০৭)

:- প্ৰনীতা দেৱী

৭২/ ভাষা চিন্তা (২০০৭)

:- বলীন সন্দিকৈ

৭৩/ অসমীয়া আৰু অসমৰ ভাষা উপভাষা (২০০৯)

:- উপেন ৰাভা হাকাচাম

৭৪/ Notes on the sylhete dialect (১৯১৩)

:- বেণুধৰ ৰাজখোৱা

৭৫/ Assamese, Its Formation and Development (১৯৪১)

:- বাণীকান্ত কাকতি

৭৬/ Origin and Growth of the Assamese Language and its Literature (১৯৪৯)

:- দেৱেশ্বৰ চলিহা

৭৭/ A study of phonology and vocabulary of the Assamese language (১৯৫৯)

:- দেৱেন্দ্ৰনাথ বেজবৰুৱা

৭৮/ Historical grammar of the Assamese language (১৯৬৪)

:- সত্যেন্দ্ৰনাৰায়ন গোস্বামী

৭৯/ An Introduction to Assamese Phonology (১৯৬৬)

:- গোলোকচন্দ্ৰ গোস্বামী

৮০/ A study on Kamrupi : A Dialect of Assamese (১৯৭৮)

:- উপেন্দ্ৰনাথ গোস্বামী

৮১/ An Introduction to Assamese (১৯৭৮)

:- উপেন্দ্ৰনাথ গোস্বামী

৮২/ Structure of Assamese (১৯৮২)

:- গোলোক চন্দ্ৰ গোস্বামী

৮৩/ Assamese Phonetic Reader (১৯৯২)

:- ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা

৮৪/ Aspect of the North East Indian language (২০০৩)

:- প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য

৮৫/ Studies in Assamese Vocabulary (২০০৪)

:- ৰমেশ পাঠক

বি:দ্ৰ: এই  তথ্যসমূহ গৌণ উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। গৌণ উৎসৰ পৰা সংগ্ৰহ কৰাৰ বাবে কিছু ভুল হোৱাটো স্বাভাৱিক। ইয়াৰ বাবে আমি দায়ী নহয়। কোনো সদাশয় ব্যক্তিয়ে যদি কোনো তথ্যৰ ত্ৰুটি দেখা পায় তেনে আমাক কমেণ্ট কৰি জনাবলৈ অনুৰোধ জনালোঁ। আমি ভালদৰে অধ্যয়ন কৰি সঠিক উত্তৰটো দিবলৈ চেষ্টা কৰিম। 

(*) চিহ্ন থকা তথ্যসমূহ আমাৰ দৃষ্টিত সন্দেহযুক্ত। সিবোৰৰ অধ্যয়ন কৰি সম্পাদনা কৰাৰ প্ৰয়োজন আছে।



Post a Comment

0 Comments