মসি this এইটো/এয়া
ঙসি today আজি
অহানবা first প্ৰথম/পহিলা
অদুবু but তথাপি/কিন্তু
ঐখোয় we আমি
ঐখোয়গী our আমাৰ
নং you তুমি
মখোয় they সিহঁত/তেওঁলোক
মখোয়গী their তেওঁলোকৰ/সিহঁতৰ
অনিশুবা second দ্বিতীয়
অচুম্বনি it is true এইটো সত্য
অচুম্বা true সত্য/ সঁচা
মানি yes হয়
করম্বা which কোনটো/কোন
নাকল side কাষ/ফাল
নোংচুপ west পশ্চিম
অপিকপা small সৰু/ক্ষুদ্ৰ/অলপ
মফম place ঠাই
খুংগং village গাঁও
ঐগী my মোৰ
অচৌবা big ডাঙৰ/প্ৰকাণ্ড
অদোম you(hon.) আপুনি (মন্যাৰ্থত)
মরমদা about বিষয়ে
য়ুম house ঘৰ/গৃহ
করিনো what কি
ফজবা beautiful ধুনীয়া/সুন্দৰ
নত্ৰগা or অথবা
অমা one এক
লাপ্পা far দূৰ
অদুদি then তেতিয়া
শোয়দনা surely নিশ্চয়কৈ/ নিশ্চিতভাৱে
চৎপা to go যোৱা
লেংবীরকউ please come অনুগ্ৰহ কৰি আহাঁ
ওজা teacher গুৰু/শিক্ষক
ছাত্ৰ student ছাত্ৰ/শিষ্য
অঙাং baby/child শিশু/কেঁচুৱা
ফম্বা to sit বহা
ঐ I মই
নং you (sg.) তুমি
নখোয় you (pl.) তোমালোক
মিং name নাম
মথং next পাছত
হায়বা to say কোৱা
য়াম্না very বহুত
অফবা good ভাল
হৌজিক now এতিয়া
তাবা to listen শুনা
কদাইদগীনো from where ক'ৰ পৰা
পাল্লি turn কেঁকুৰি/মূৰ
কনা who কোন
ইমালোন my mother tongue মোৰ মাতৃভাষা
নমালোন your mother tongue তোমাৰ মাতৃভাষা
ঙাকক্তা all সকলো
থাগৎচরি thank (you) ধন্যবাদ
ইমা mother মা/মাতৃ/আই
লোন language ভাষা
কোক head মূৰ/মাথা
থোপ brain মগজু
মিৎ eye চকু/নয়ন/নেত্ৰ
নাতোন nose নাক
চীন mouth মুখ
চীনবাক lip ওঁঠ
না ear কাণ
ঙক neck ডিঙি
খনাও throat ডিঙি (ভিতৰ ভাগ)/গল
শম hair চুলি
পিশুম eyebrow চেলাউৰী
কোক্কী তুম্বা skull লাওখোলা
মা he তেওঁ (মান্যাৰ্থত)/সি/তেখেত
মহাক she তেওঁ (মান্যাৰ্থত)/তাই
নোংমাইজিং Sunday দেওবাৰ
নিংথৌকাবা Monday সোমবাৰ
লৈবাকপোকপা Tuesday মঙলবাৰ
য়ুমশকৈশ Wednesday বুধবাৰ
শগোলশেন Thursday বৃহস্পতিবাৰ
ইৰাই Friday শুক্ৰবাৰ
থাংজ Saturday শনিবাৰ
ঙৰাং yesterday কালি
হায়েং tomorrow কালিলৈ
হংচিৎ day after tomorrow পৰহিলৈ
নহান day before yesterday পৰহি
খামেন brinjal বেঙেনা
ঙা fish মাছ
চাক rice ভাত
শা animal জন্তু
হুই dog কুকুৰ
হৌদোং cat মেকুৰী
ষণ cow গাই
ষল্লবা bull বলধ
ইৰোই buffalo ম'হ
শগোল horse ঘোঁৰা
হামেং goat ছাগলী
য়াও sheep ভেড়া
ওক pig গাহৰি
শামু elephant হাতী
গধা donkey গাধ
উট camel উট
থেবা rabbit শহা
কৈ tiger বাঘ
নোংশা lion সিংহ
শজি deer হৰিণ
শওম bear ভালুক
শামুগণ্ডা rhinoceros গঁড়
ইশিং শামু hippopotamus জলহস্তি
লমহুই fox শিয়াল
কবোকৈ leopard নাহৰফুটুকী
গুমভীর crocodile ঘৰীয়াল/কুম্ভীৰ
থৈরোই squirrel কেৰ্কেটুৱা
অমা one এক
অনি two দুই
অহুম three তিনি
মরি four চাৰি
মঙা five পাঁচ
তরুক six ছয়
তরেৎ seven সাত
নিপাল eight আঠ
মাপল nine ন
তরা ten দহ
তরামাথোই eleven এঘাৰ
কুন twenty বিশ/বিংশ
কুন্থ্ৰা thirty ত্ৰিশ
নিফু forty চল্লিছ
য়াংখৈ fifty পঞ্চাশ
হুম্ফু sixty ষাঠি
হুম্ফুতরা seventy সত্তৰ
মরিফু eighty আশী
মরিফুতরা ninety নব্বৈ
চামা hundred এশ
লিশিং অমা thousand হাজাৰ
লিশিং তরা ten thousand দহ হাজাৰ
লাখ lakh লাখ
ক্ৰোর core কোটি/কৌটি
ইমিং my name মোৰ নাম
নমিং your name তোমাৰ নাম
নমা your mother তোমাৰ মাৰা
কৈথেল market বজাৰ/হাট
মচু color ৰং
অঙাংবা red ৰঙা
অঙৌবা white বগা
অশংবা green সেউজীয়া
অমুবা black ক'লা
নাপু মচু yellow হালধীয়া
লৈ মচু pink গুলপীয়া
কমলা মচু orange সুমথিৰা/কমলা
নিম মচু indigo ঘননীলা
মংগ্ৰা মচু violet বেঙুনীয়া
অথুম্বা sweet মিঠা
অখাবা bitter তিতা
অশিনবা sour টেঙা
কনাবু whom কোন
কনাগী whose কাৰ
কদায়দা where ক'ত
করিগী why কিয়
করম্না how কেনেকৈ
কৈদৌঙ when কেতিয়া
চাবা eat খোৱা/খা্ (ক্ৰি.)
থকপা drink পি্ / পি খোৱা (ক্ৰি.)
পাইবা fly উৰ্/উৰা (ক্ৰি.)
শোকপা touch স্পৰ্শ (ক্ৰি.)
তৌবা do কৰ্ (ক্ৰি.)
নিকপা shake জোকাৰ্
নুংঙাইবা happy সুখী
অপাবা thin খীন
অপৈবা curve বেঁকা
অরানবা wrong অশুদ্ধ/ভুল
কিবা fear ভয়/শংকা
0 Comments